BTC ভংগ কৰিলে ৰাজ্যপাল জগদীশ মুখিয়ে

1 Просмотры
Издатель
#NewsLive #COVID19 #CoronavirusOutbreak #BTC #BTCPolls #AssamNews

BTC ভংগ কৰিলে ৰাজ্যপাল জগদীশ মুখিয়ে। অনিৰ্দিষ্টকাললৈকে বাহাল থাকিব এই সিদ্ধান্ত। কৰ’নাৰ বাবে স্থগিত হৈছিল BTCৰ নিৰ্বাচন। আজি ম্যাদ উকলিল BTCৰ । ম্যাদ ওকলাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যপালে ল’লে এই সিদ্ধান্ত। এতিয়াৰেপৰা BTCত অনিৰ্দিষ্টকাললৈ চলিব ৰাজ্যপালৰ শাসন। ইফালে এই সিদ্ধান্তৰ অসন্তুষ্টি প্ৰকাশ কৰি গৰিহণা দিছে শাসকীয় বিপিএফ দলে

Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/

Follow News Live on twitter: https://twitter.com/NewsLiveGhy

Connect to our instagram account: https://www.instagram.com/newsliveghy/

Visit our website for all news updates: http://newslivetv.com/
Категория
BTC
Комментариев нет.
Яндекс.Метрика